লালুকীলালেক্

লালেং চালি (Assamese) [ Roman: la.leng sa.li]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2023-07-02
1. Creepers(Common Noun-Neuter) a kind of creeper plant, the bark and the roots of which are used traditionally in Assam with betel nut (a type of `chali`). It is also used in China as a traditional natural medicine for wound healing. এবিধ লতাজাতীয় উদ্ভিদ যাৰ ছাল আৰু শিপা তামোলৰ সৈতে চালিৰূপে ব্যৱহাৰ কৰা হয়৷ চীনদেশত এই গছৰ ছাল আৰু শিপা পৰম্পৰাগত প্ৰাকৃতিক ঔষধৰূপে ঘা শুকুৱাবলৈ ব্যৱহাৰ কৰা হয়৷